অব্যাহত আছে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক ।বিতৰ্কৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, ‘নাহিদে বটাঁ ঘুৰাই দিব লাগে।এইক্ষেত্ৰত জুৰী সদস্য বা চৰকাৰৰ কোনো ভুল নাই’। আনহাতে মন্ত্ৰী বিমল বৰাৰ মন্তব্য, ‘এয়া এটা হিউমেন ইৰৰ, নাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিয়াৰ প্ৰয়োজন নাই।গীতৰ বাবে নহয় গায়িকাৰ বাবেহে প্ৰদান কৰা হৈছে বঁটা’।
মন্ত্ৰী দুগৰাকীৰ বিপৰীত ভাষ্যত এতিয়া সকলোৱে কৰিছে প্ৰতিক্ৰিয়া। পৰৱৰ্তী সময়ত বটাঁটোৰ কি হ'ব সেয়াহে হ’ব লক্ষণীয়।
Category
- Log in to post comments