চলন্ত ৰে’লত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

Train

চলন্ত ৰে’লত লাগিল জুই। চানমাৰী ৰেলৱে চfৰি আৱদ্ধ ৰেলখন। ৰে’লখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ’ল এতিয়ালৈ জানিব পৰা নাই। উল্লেখ্য যে ৰেলখন বাংগালুৰু যাব লগীয়া আছিল। বামুণীমৈদামত খালী কৰি, চাফচিকুণ কৰি পল্টন বজাৰ ষ্টেচনলৈ গৈ আছিল ৰে’লখন।

 

Category