বিতৰ্ক বিচৰা নাই কৰিশ্মা নাথে ! ভূল হৈছে যদি ভূলটো দেখুৱাই দিয়াৰ আহ্বান নাগাৰ নাম সন্থাক !

Karishma Nath

শেহতীয়াকৈ সামাজিক মাধ্যমত নাগাৰা নামৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছে ছিপাঝাৰৰ জীয়ৰী কৰিশ্মা নাথ।কৰিশ্মা নাথৰ পে পে পে সুৰো বিভিন্ন জনে ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। জনপ্ৰিয় হৈ উঠাৰ মাজতে বিতৰ্কতো সুমাই পৰিছে কৰিশ্মা নাথ। নাগাৰা নাম সন্থাৰ মতে নাগাৰা নামৰ বিসংগতি কৰিছে কৰিশ্মা নাথে। কিন্তু কৰিশ্মা নাথৰ মতে যদি তেওঁ কৰবাত ভুল কৰিছে তেন্তে সেই ভূলটো দেখুৱাই দিবলৈ নাগাৰা নাম সন্থাক আহ্বান কৰিশ্মাৰ।

Category