‘ছোৱালীজনীৰ নিশ্চয় বেলেগৰ লগত কিবা আছে, মোৰ ল’ৰাটোৱে মদ খোৱাই নাছিল তাক কিবা মিলাই খোৱাই দিলে’- দৰাৰ মাতৃ

Wedding

নলবাৰী বৰখনাজানত অনুষ্ঠিত বিবাহৰ চৰ্চা এতিয়াও শেষ হোৱা নাই। হোমৰ গুৰিত দৰাই মদ খাই ঢলি পৰাৰ বাবেই কইনাই ভাঙিছিল এইখন বিয়া। কিন্তু এতিয়া দৰাৰ পৰিয়ালে কইনা আৰু পৰিয়ালৰ বিৰুদ্ধে আনিছে গুৰুত্বৰ অভিযোগ।মাতৃৰ ভাষ্য- 'সি মদ খোৱা নাই, তাক পানী বা ORSৰ লগত কিবা মিলাই খোৱাইছেসি ঢলি পৰাৰ কাৰণে তাক মদ খাইছে বুলি বহুত অপমান কৰিছেমই কইনাক বহুত বস্তু দিছো, মোৰ এটাই ল'ৰা, মই ৰাণীৰ দৰে বোৱাৰী আনিম ভাবিছিলো মই ছোৱালীক ভৰিৰ আঙুঠি পৰ্যন্ত দিছো, বস্তুখিনি ৰাখি ছোৱালী বিয়া নহ', ছোৱালীৰ নিশ্চয় বেলেগৰ লগত কিবা আছে'

Category
Profile picture for user UB Photos