সুৰাৰ ৰাগীত মগন হৈ ৰাজকোষ টনকিয়াল অসমবাসীৰ! হোলীত বিক্ৰী হ’ল ১০.৬২ কোটি টকাৰ সুৰা

Liquer

দুদিনীয়া হোলী উৎসৱত অসমত ব্যাপক ভাৱে বিক্ৰী হল সুৰা। অসম আবকাৰী বিভাগৰ সূত্ৰই জনোৱা তথ্য অনুসৰি, ৰাজ্যখনত দুদিনত ₹10.62 কোটি টকাৰ সুৰা বিক্ৰী কৰা হৈছিল। ৭ মাৰ্চত ₹৯.৫৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল আনহাতে ৮ মাৰ্চত ₹১.০৪ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।উল্লেখ্য যে হোলী উৎসৱৰ দুদিনত কামৰূপ মেট্ৰ'ই ৫.১৮ কোটি ৰাজহ সংগ্ৰহ কৰিছিল।

Category