'ল'ৰাটোৰ জন্ম দিন আছিল, বজাৰ কৰিবলৈ লগত লৈ গৈছিল দেউতাকে' জন্মদিনৰ দিনাই ১বছৰীয়া এটি কণমানিক নিষ্ঠুৰভাৱে হত্যা

Child Murder

গহপুৰত চাঞ্চল্যকৰ ঘটনা গহপুৰৰ সোনালীবড়ীত পথাৰত উদ্ধাৰ এবছৰীয়া ণমানি মৃতদেহ৷ পিতৃৰ সৈতে জন্মদিনৰ বজাৰ কৰিবলৈ যোৱা শিশুটিক হত্যা কৰি পেলাই থৈ গ’ল পথাৰৰ মাজতএতিয়াও বিচাৰি পোৱা নাই দেউতাকক। পিতৃৰ নাম  শচিন বৰদলৈ (সৰুল'ৰা) মৃত পুত্ৰৰ নাম  পৰাগ জ্যোতি বৰদলৈ আজি বছৰীয়া জন্ম দিন আছিল মৃত পৰাগৰ চাইকেলত কালি সন্ধিয়া মান বজাত কণমানিটি  জন্ম দিনৰ বাবে বজাৰ কৰিবলৈ লৈ গৈছিল দেউতাকে কালিৰ পৰা পিতা পুত্ৰ দুয়োজন ঘৰলৈ ঘুৰি অহা নাছিল৷ পুৱা পথাৰত গৰু এৰাল দিবলৈ আহি মৃতদেহ দেখা পায় খবৰ দিয়ে পিতৃৰ চাইকেল আৰু বজাৰৰ মোনা পৰি আছে মৃতদেহৰ ওচৰত

 

Category