UB Photos March 08 / 2023 দেশবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিছে হোলী। ব্যতিক্ৰম নহয় অভিনেতা-অভিনেত্ৰী সকলো। জনপ্ৰিয় যুঁটি বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাইয়ো খেলিলে হোলী। ইজনে আনজনক সানিলে ৰং। অভিনেত্ৰী বৰষা ৰাণী বিষয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ' Category News Tags UB Photos UB News Barasha Rani Bishaya Assam Assamese News Log in to post comments