UB Photos February 18 / 2023 আজিৰ যুগত ব্যস্ত সকলো। এটা এটা মিনিটো যেন অবাবত খৰচ কৰিব নিবিচাৰে মানুহে। ব্যস্ত মহানগৰীতো দেখিব পোৱা গ’ল এক অদ্ভুত দৃশ্য। ৰখাই থোৱা মালবাহী ৰে’লৰ মাজেৰেই পাৰ হৈ গ’ল ইজনৰ পিছত সিজন মানুহ। কাৰোলৈ যেন ভ্ৰূক্ষেপেই নাই তেওঁলোকৰ। Category News Tags UB Photos UB News Rail Assam Assamese News Log in to post comments