কাকো ক্ষমা নকৰে মুখ্যমন্ত্ৰীয়ে! হুংকাৰ মুখ্যমন্ত্ৰীৰ!

Himanta

ৰাজ্যত তীব্ৰ গতিত চলিছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান।আৰক্ষীৰ জালত পৰিছে শ শ লোক। মুখ্যমন্ত্ৰীৰ হুংকাৰ কোনো সাৰি নাযাব এই অভিযানত। টুইটাৰ যোগে ঘোষণা মুখ্যমন্ত্ৰীৰ।

Category
Profile picture for user UB Photos