
সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল কলিজা আইতা। প্ৰমোদ তালুকদাৰ মেমৰিয়েল অল্ড এজ হোমৰ ফেচবুক পেজৰ এক পোষ্টত উল্লেখ কৰিছিল যে আইতাৰ চাৰিজন ল'ৰা - ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে। ডাঙৰ ল'ৰাৰ মৃত্যুৰ পাছত আইতাই স্ব ইচ্ছাই এদিন আশ্রমলৈ আহিছিল।

আইতা অসুস্থ হোৱাৰে পৰা সৰু ল'ৰাই সদায় এ খবৰ লৈ আছিল।সৰু লৰাৰ বয়স ৮৭ বছৰ। তেখেতো শাৰীৰিকভাৱে অসুস্থ।

আইতাক সৰু ল'ৰাই নিজৰ লগতে ৰাখিব বিচাৰিছিল যদিও আইতাই আশ্ৰমতে লগ সমনীয়া পাব বুলি এদিন আশ্রমলৈ গুচি আহিছিল।

Category
- Log in to post comments