দাম কমিব কাপোৰ আৰু মোবাইল ফোনৰ! আৰু কি কি বস্তুৰ দাম কমিব জানো আহক!

Nirmala

লোকসভাত দাখিল হল কেন্দ্ৰীয় বাজেট। ২০২৩-২৪ৰ পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। মোদী নেতৃত্বাধীন চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট এইখন। বাজেটৰ মতে বিভিন্ন বস্তুৰ দাম কমিব। জানো আহক কি কি বস্তুৰ দাম কমিব-

১) কাপোৰ

২) মোবাইল ফোন

৩) ইলেক্ট্ৰনিক বাহন

৪) চাইকেল

৫) পুতলা

৬) টিভি

৭) কেমেৰা লেণ্স LED

৮) জৈৱিক গেছ   

Category
Profile picture for user UB Photos