শিখৰ গুটখা খাই ভাল পাই নেকি আপুনি? সাৱধান! শিখৰত ওলাল মানুহৰ দাত

Sikhar

গোৰেশ্বৰত শিখৰ (গুটখা)ৰ পেকেটত ওলাল মানুহৰ দাত।উল্লেখযোগ্য যে গোৰেশ্বৰ বাগানবস্তিৰ এগৰাকী গ্ৰাহকে দোকান এখনৰ পৰা চিখৰ এপেকেট ক্ৰয় কৰি খাবলৈ লওতেই ওলাল মানুহৰ দাত।

শিখৰ খিনি চবাই থাকোতেই ওলাল মানুহৰ দাত।চিখৰত মানুহৰ দাত দেখি হতভম্ব হয় শিখৰ প্ৰেমী গৰাকী। আনহাতে ভৱিষ্যতে কাকো শিখৰ নাখাবলৈ আহ্বান চিখৰ প্ৰেমী গৰাকীৰ।

Category