
বিভিন্ন সুস্বাদু খাদ্যত ইলাচী ব্যৱহাৰ কৰা হয়।ইলাচীৰ বহু গুণাগুণো আছে।জানো আহক ইয়াৰ গুণাগুণ সমূহ-
ক) ইলাচীয়ে পেট সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব পাৰে। নিয়মীয়াকৈ ইলাচী খোৱাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল।
খ) ইলাচিয়ে টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈও সহায় কৰে।
গ) মুখৰ দুৰ্গন্ধ পৰিহাৰ কৰিবলৈ ইলাচী খাব পাৰে। দাঁতৰ ক্ষয় আৰু সংক্ৰমণ দূৰ কৰিবলৈ ই ভালদৰে কাম কৰে।
ঘ) ডাঙৰ ইলাচীৰ এণ্টিঅক্সিডেণ্ট গুণাগুণ পেশীবোৰ স্বাস্থ্যৱান ৰখাত সহায়ক।ঙ) ইলাচীয়ে বৃক্কৰ পাথৰ নিৰাময় কৰাতো সহায় কৰে। ইলাচীৰ সৈতে চাহ খালে চৰ্দি আৰু কাহ আৰোগ্য হয়।
কিন্তু ইলাচীৰ অত্যাধিক সেৱন স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ'ব পাৰে।
- Log in to post comments