
কালিৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা।

তিনিদিনীয়া এই মেলাৰ দ্বিতীয় দিনটোত পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত বিনিময় প্ৰথাৰে বস্তুৰ আদান–প্ৰদান চলে।

পুৱাৰ পৰা জোনবিলৰ পাৰ লোকে-লোকাৰণ্য হৈ পৰিছে।

সকলোৱে ঐতিহাসিকভাৱে চলি অহা বিনিময় প্ৰথা পালন কৰিবলৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে।
Category
- Log in to post comments