‘মোৰ মৃত্যু পাছত মৃতদেহ য'তে ত'তে ঘূৰাই নুফুৰাবা’ আৰু কি কি শেষ ইচ্ছা আছিল কাব্যঋষি নীলমণি ফুকনৰ।

Nilamoni Phukan

শোকত ভাগি পৰিছে অসমবাসী।প্ৰিয় কবিজনক হেৰৱাই কান্দিছে সকলো।

1

জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ পত্নী আৰু পৰিয়ালবৰ্গও হিয়া ঢাকুৰি কান্দিছে। এনেকুৱাতে সকলোৰে আগত প্ৰকাশ হল। প্ৰয়াত কবি গৰাকীৰ শেষ ইচছা। আনিচুৰ জামানৰ সন্মূখত প্ৰকাশ কৰিছিল তেখেতৰ শেষ ইচ্ছাৰ কথা।

2

কাব্যঋষি গৰাকীৰ শেষ ইচ্ছা আছিল এইয়া- মোৰ মৃত্যু পাছত মৃতদেহ য'তে ত'তে ঘূৰাই নুফুৰাবা, পোনে‌ পোনে মোৰ মৃতদেহ ভূতনাথলৈ নিবামৃত্যুৰ পাছত কোনো স্মৃতি গ্ৰন্থ প্ৰকাশ নকৰিবা, ইতিমধ্যে বহু গ্ৰন্থ আছে মোক লৈমৃত্যুৰ পাছত মোক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসংখ্য মানুহ মাতি হুলস্হূলীয়া পৰিৱেশৰ সৃষ্টি নকৰিবা"।

3

 

Category
Profile picture for user UB Photos