অভিনেত্ৰী বৰষাৰাণী বিষয়াই কি মাছেৰে খাব উৰুকাৰ ভোজ?

Maas

আজি ভোগালীৰ উৰুকা। লগেভাগে এসাঁজ খাবলৈ সাজু অসমীয়া। অভিনেত্ৰী বৰষাৰাণীও সাজু উৰুকাৰ বাবে। ছচিয়েল মিডিয়াত বৰষাৰাণীয়ে স্বামী ভাস্কৰৰ সৈতে শ্বেয়াৰ কৰিলে ফটো।

1

এটা প্ৰকাণ্ড ভকুৱা মাছ লৈ থকা দেখা গৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক। লগতে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছাও জনালে বৰষা ৰাণী বিষয়াক।

 
Category
Profile picture for user UB Photos