হাঁহ-কুকুৰা, নে মাছ-ছাগলী? উৰুকাৰ ভোজত কি খাব আপুনি?

Magh Bihu

কাইলৈ ভোগালী বিহু, আজি উৰুকা ! অসমবাসী ব্যস্ত উৰুকাৰ ভোজত লগে-ভাগে খোৱাৰ। বজাৰত লাগিছে ভিৰ। কোনোবাই যদি মাছ লৈছে কোনোবাই আকৌ লৈছে হাঁহ। মুঠতে ভোগৰ উৎসৱটোত হেঁপাহ পলুৱাই এসাঁজ খাবলৈ মন সকলোৰে।

Category
Profile picture for user UB Photos