এতিয়াৰে পৰা অসমত চলিব কেৱল তাঁতশালত বোৱা গামোচা! বন্ধ হ'ব মেচিনত উৎপাদিত গামোচা

Gamosha

মাঘ বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এতিয়াৰে পৰা অসমত চলিব কেৱল তাঁতশালত বোৱা গামোচা! বন্ধ হ'ব মেচিনত উৎপাদিত গামোচাপাৱাৰ লুমৰ বিৰুদ্ধে চলিব অভিযানফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ পাৱাৰ লুমৰ বিৰুদ্ধে অভিযান চলিব

Category
Profile picture for user UB Photos