আপুনি সাজু নে? গুৱাহাটী কঁপাবলৈ আহিব সংগীতৰ যাদুকৰ এ. আৰ. ৰহমানে!

A R Rahman

নৱবৰ্ষৰ শুভক্ষণত অসমবাসীৰ বাবে ভালখবৰ! অহা ১ ফেব্ৰুৱাৰী তাৰিখে সন্ধ্যা  গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ আহিব সংগীত শিল্পী এ.আৰ ৰহমান। গুৱাহাটীত অনুষ্ঠিত হA R RAHMAN's Concert for peace শীৰ্ষক সংগীত সন্মিলন৷Pride East Entertainment Pvt Ltdৰ উদ্যোগত বৰ্ষাপাৰাত অনুষ্ঠিত হব এই অনুষ্ঠান৷ ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হব এই অনুষ্ঠান৷ ইতিমধ্যে book my show আৰু paytm insiderত মুকলি কৰি দিয়া হৈছে টিকট। platinum, diamond, gold আৰু silver শাখাৰ লগতে গেলেৰীৰ বাবে উপলব্ধ হব টিকট৷ টিকটৰ নিৰিখ ২০০০ টকাৰ পৰা ১.৫০লাখ পৰ্যন্ত ধাৰ্য কৰা হৈছে৷ ৪০ হাজাৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হA R Rahmanৰ সংগীতানুষ্ঠান৷ গুৱাহাটী টাউন ক্লাৱত সংবাদমেল যোগে এই কথা সদৰি কৰিলে pride east entertainment pvt ltd ৰ হৈ জ্যেষ্ঠ সাংবাদিক ছৈয়দ জাৰিৰ হুছেইনে৷ 

Category
Profile picture for user UB Photos