মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতন!বনকৰা কিশোৰীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন মালিকৰ

Assam

হাতীগাঁৱ লখিমী নগৰস্থিত শুভম এনক্লেভত সংঘটিত কিশোৰী নিৰ্যাতনৰ ঘটনাধীৰাজ বড়োৰ নামৰ এজন লোকজনৰ ঘৰত বনকৰা কিশোৰী হিচাপে আছিল নিৰ্যাতিত কিশোৰীগৰাকী কিশোৰী গৰাকীৰ বয়স প্ৰায় ১৬ বছৰ দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীক ধীৰাজ বড়োৰ লগতে পৰিয়ালে চলাই শাৰিৰীক আৰু মানসিক নিৰ্যাতন হাতীগাওঁ থানাত অভিযোগ দাখিল কৰিছিল শুভম এনক্লেভৰ আৱাসীয়ে আৱাসীসকলৰ অভিযোগৰ ভিত্তিত হাতীগাঁ আৰক্ষীয়ে আটক কৰে ধীৰাজ বড়ো আৰু তেওৰ মাতৃক আৰক্ষীয়ে উদ্ধাৰ কৰে নিৰ্যাতিত কিশোৰী গৰাকীকোকিশোৰী গৰাকী বহিঃৰাজ্যৰ বুলি জানিব পৰা গৈছে বছৰ ধৰি বনকৰা কৰ্মচাৰী হিচাপে আছিল ধীৰাজ বড়োৰ ঘৰত ধীৰাজ বড়ো পেচাত ভাৰতীয় ষ্টেট বেংক এগৰাকী কৰ্মচাৰী

Category
Profile picture for user UB Photos