UB Photos December 31 / 2022 লোপ পালে অসমৰ চাৰিখন জিলা। নাথাকিব বিশ্বনাথ, হোজাই, বজালী,আৰু তামোলপুৰ জিলা। শোণিতপুৰ জিলাত সংলগ্ন হ’ব বিশ্বনাথ,নগাঁও জিলাত সংলগ্ন হ’ব হোজাই, বৰপেটা জিলাত চামিল হ’ব বজালী জিলা, তামোলপুৰ সংলগ্ন হ’ব বাক্সা জিলাৰ সৈতে। মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। Category News Tags UB Photos UB News Assam District Changes Assamese News Log in to post comments