আকৌ এক বেয়া খবৰ! নৱবৰ্ষৰ প্ৰাকক্ষণত মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা,১৫০ ফুট দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহন, থিতাতে নিহতে ৫জনকৈ লোক।

Mizoram Accident

মিজোৰামত ভয়ংকৰ পথ দুর্ঘটনা। ১৫০ ফুট দখাৱৈত বাগৰি পৰে পাহাৰীয়া ৰাস্তাৰে গৈ থকা ছুম' গাড়ী। ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটে ৫গৰাকীকৈ লোকে। আনহাতে ঘটনাত আহত হয় কেইবাগৰাকীও লোক।


মিজোৰামৰ চম্ফাই জিলাৰ চুংতেত সংঘটিত দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে প্ৰায় চূৰ্চুমৈ হৈ পৰে টাটা ছুম'খন। নিয়ন্ত্ৰণ হেৰুৱাই তলত বাগৰি পৰা গাড়ীখনত ৮গৰাকী লোকে যাত্ৰা কৰিছিল।

 

Category
Profile picture for user UB Photos