ৰং-বিৰঙী তৰাৰে জিলিকিছে গীৰ্জাঘৰ, কেৰলৰ ধ্বনিৰে মুখৰিত আকাশ-বতাহ

Christmas

আজি পবিত্ৰ বৰদিন, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে এই বিশেষ দিনটো। বৰদিন উপলক্ষে প্ৰতিটো গীৰ্জা আটক ধুনীয়াকৈ সজাই তোলা হৈছে। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই বৰদিনত চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী তৰাৰে গীৰ্জাঘৰৰ লগতে বাসগৃহ সমূহো সজাই তুলিছে খ্ৰীষ্টানধৰ্মী লোকসকলে।

Category