ছিকিমত দুৰ্ঘটনাত পতিত সেনা বাহিনীৰ বাহন, নিহত ১৬ জন বিষয়া-জোৱান।

Accident

উত্তৰ ছিকিমৰ জেমাত ভাৰতীয় সেনা বাহিনীৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পিছলি এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়, আৰু চাৰিজন আহত সৈনিকক উলিয়াই অনা হয়৷ কিন্তু দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাটোত ৩ জন কনিষ্ঠ কমিচনেড আৰু ১৩ জন জোৱানৰ মৃত্যু হয়৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জোৱানসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Category
Profile picture for user UB Photos