গুৱাহাটীবাসীলৈ ভাল খবৰ! অৱশেষত সমাধান হ'ল খোৱাপানী সমস্যাৰ!

Water

গুৱাহাটীবাসীলৈ ভাল খবৰ! অৱশেষত সমাধান হ'ল খোৱাপানী সমস্যাৰ!

 

আজিৰে পৰা গুৱাহাটীবাসীয়ে পৰ্যায়ক্ৰমে পাব খোৱাপানী

 

জাইকা প্ৰজেক্টৰ পানী লাভ কৰিব গুৱাহাটীবাসীয়ে

 

মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিব জাইকা প্ৰকল্পৰ পানী সংযোগৰ কাৰ্যকলাপৰ

 

জুলাই মাহত ৫ হাজাৰ মানুহক লৈ ট্ৰায়েল আৰম্ভ কৰিছিল জল বৰ্ডে

 

ট্ৰায়েল শেষ হোৱাৰ পিছত আজিৰে পৰা গুৱাহাটীৰ কেইবাটাও প্ৰান্তত পানী দিবলৈ সাজু হৈছে গুৱাহাটী জল বৰ্ড,জাইকা

 

সকলোকে জাইকাৰ পানীৰ বাবে আৱেদন কৰিবলৈ আহ্বান উপায়ুক্তৰ

 

ভাস্কৰ নগৰ,গীতা নগৰ,অম্বিকাগিৰী নগৰ,জোনালী,জু ৰোড,নাৰিকলবাৰী অঞ্চলৰ আৱেদন কৰা লোকে লাভ কৰিব পানী

Category
Profile picture for user UB Photos