
ডিগবৈ-পেঙেৰী পথৰ ঢেকীয়াজানত সেনা-আৰক্ষীৰে উগ্ৰপন্থীৰ ভয়ংকৰ গুলীয়াগুলী। গুলীয়াগুলীত এজন স্থানীয় ব্যক্তি গুলীবিদ্ধ হয়৷ সংঘৰ্ষৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন উগ্ৰপন্থীৰ দলটোৰ। উল্লেখ্য যে ঘটনাত আলফা জড়িত বুলি সন্দেহ কৰিছিল আৰক্ষীয়ে কিন্তু আলফাই পত্ৰ যোগে এই ঘটনাত জড়িত নহয় বুলি স্পষ্টীকৰণ দিছে।
Category
- Log in to post comments