এই কেইটা কাৰণত ৰাতি শোৱাৰ আগত পানী খাওক

Health Tips

বিশেষজ্ঞসকলৰ মতে ৰাতি শোৱাৰ আগতে পানী খোৱাটো প্ৰয়োজনীয়। যাৰ ফলত খাদ্য সহজে হজম হয়, ইয়াৰ উপৰিও পানীৰ ফলত শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থও শোষিত হয়। পানী খোৱাৰ দ্বাৰা বিপাকীয় ক্ৰিয়া সুস্থ হৈ থাকে আৰু বিষাক্ত পদাৰ্থ আৰু পেলনীয়া সামগ্ৰী বাহিৰলৈ ওলাই অহাত কোনো সমস্যা নহয়। ৰাতি খাদ্য খোৱাৰ পিছত পানী খালে শৰীৰটো প্ৰাকৃতিকভাৱে পৰিষ্কাৰ হয় আৰু বিষাক্ত পদাৰ্থখিনি বাহিৰলৈ উলিয়াই দি হজম কাৰ্যত সহায় কৰে। যিসকলৰ গেছৰ সমস্যা আছে, তেওঁলোকে ৰাতি পানী খাব লাগে। জ্বৰ-চৰ্দি ৰোগীৰ বাবে মৃদু উষ্ণ পানীয়ে ঔষধৰ দৰে কাম কৰে।
 

Category
Profile picture for user UB Photos