আজিৰে পৰা কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব চিন্তন বৈঠক!

Assam CM Chitan Baithak

আজিৰে পৰা কাজিৰঙাত তিনিদিনীয়াকৈ চলিব চিন্তন বৈঠক ৷

জানিব পৰা মতে এই বৈঠকখনৰ আয়োজন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মিত্ৰজোঁটৰ সকলো বিধায়ক উপস্থিত থাকিব এই চিন্তন বৈঠকত।

উল্লেখ্য় যে, আজি আবেলি ২ বজাৰ পৰা আৰম্ভ হ’ব বৈঠক ৷ সধগুৰুৱে অংশগ্ৰহণ কৰিব আজিৰ আৰম্ভণিৰ অনুষ্ঠানত ৷ ৩.৩০ বজাত ছেভ ছয়েল মুভমেণ্টৰ এক বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব ৷

Category
Profile picture for user UB Photos