
মহানগৰীৰ জু-ৰোডত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। জু-ৰোড তিনি আলিৰ মিলন পথৰ ঘৰ নং ১৪ ৰ পৰা ৭ কে:জি গাঞ্জা জব্দ।
গোপন সূত্ৰৰ পমখেদি গীতানগৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুটা ডিজিটেল মেচিন আৰু এটা মোবাইল ফোন।
আৰক্ষীয়ে গাঞ্জাসহ গেপ্তাৰ কৰে হেঙেৰাবাৰী লিচুবাগনৰ অঞ্জনা বেগমক ।
বৰ্তমান আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে জুৃ-ৰোডত ভাড়াতীয়া হিচাপে থকা মহিলা গৰাকীক।
Category
- Log in to post comments