গুৱাহাটী ৰেলৱে ষ্টেচনত ৩৩ খন ATM কাৰ্ড জব্দৰ লগতে দুজনক আটক

Assam Police

গুৱাহাটী ৰেলৱে ষ্টেচনত ৩৩ খন ATM কাৰ্ড জব্দ।  আটক কৰা হৈছে দুটা ATM চোৰ।

 ATM কাৰ্ড সহ আটক হৈছে ঔম সিং আৰু  বিনয় কুমাৰ নামৰ  ২টা ATM হেকাৰ। 

ঔম নামৰ হেকাৰ পৰা জব্দ ২২ খন ATM আৰু বিনয় নামৰ হেকাৰটোৰ পৰা জব্দ ১১ খন ATM । 

Dimapur - Lakhnow  লৈ আনি থকা অৱস্থাত GRP য়ে আটক কৰে ATM কাৰ্ড সহ  হেকাৰ দুটা। 

ৰাজধানী এক্সপ্রেসত আহিছিল হেকাৰ দুটা। 

লগতে GRP য়ে জব্দ কৰে ১২০ বান্দুল বাৰ্মিজ চিগাৰেট। 

আটক কৰে ৱাচিম খান নামৰ UP ৰ বাঘপাটৰ এজন লোকক। 

ৰাজধানী এক্সপ্রেসৰ পৰাই আটক কৰা হয় ৱাচিম খানক।

Category
Profile picture for user UB Photos