মৈৰাবাৰী জেহাদীৰ ঘাটি প্ৰসংগ, জেহাদীৰ লিংকমেন মুফতি মুস্তাফা গ্ৰেপ্তাৰ!

Jehadi

মৈৰাবাৰীত মাদ্ৰাছাৰ পৰা জেহাদীৰ কাৰ্যকলাপ নিয়ন্ত্ৰিত হোৱাৰ ভয়ংকৰ অভিযোগ।

অভিযোগ অনুসৰি জেহাদী সংগঠনৰ ধনেৰে চলে মাদ্ৰাছা। মৈৰাবাৰীত জেহাদীৰ ঘাটি চলোৱা মাদ্ৰাছা ছীল কৰিলে আৰক্ষীয়ে।

ইতিমধ্য়ে জেহাদীৰ লিংকমেন মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰা হৈছে। জেহাদীক ছীম কাৰ্ড যোগান ধৰিছিল মুফতি মুস্তাফাই। মুফতিৰ বেংক পাছবুকত বাংলাদেশৰ পৰা টকা-পইচা লেনদেনৰ তথ্য পোহৰলৈ আহিছে।

বঙাইগাঁৱৰ ধৃত জেহাদী আব্বাছক লৈ আৰক্ষীয়ে চলাইছিল অভিযান। বাংলাদেশৰ মেহবুব নামৰ জেহাদীটো বৰ্তমান পলাতক। জামিউল হুদা মাদ্ৰাছাত আশ্ৰয় গ্ৰহণ কৰি আছিল মেহবুবে।

Category
Profile picture for user UB Photos