গুৱাহাটী পৌৰ নিগমত ভয়ংকৰ কেলেংকাৰী!

gmc

 

⚫ গুৱাহাটী পৌৰ নিগমত ভয়ংকৰ কেলেংকাৰী

 

⚫ ভুৱা বিলেৰে সৰকালে ২কোটি ২১ লাখ ৬৪ হাজাৰ টকা

 

⚫ আছিফ আহমেদ নামৰ বিষয়া জনৰ বিৰুদ্ধে এই অভিযোগ

 

⚫ জাৱৰ নিষ্কাষণৰ নামত এই জালিয়াতি

 

⚫ এমাহাতে লুটিলে টকাখিনি

 

⚫ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আছিফ আহমেদ

 

⚫ পৌৰ নিগমৰ নিজাববীয়া অভিযান জালিয়াতি তথ্য পোহৰলৈ

Category
Profile picture for user UB Photos