
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। শনিবাৰে ক’ভিডত আক্ৰান্ত হৈছে ২১১জন লোক। কামৰূপ(ম)ত সৰ্বাধিক আক্ৰান্ত হৈছে ৮৮ জন লোক।
ডিব্ৰুগড়ত ক'ভিডত আক্ৰান্ত ২৭জন, নগাঁৱত আক্ৰান্ত ১৩ জন আৰু শোণিতপুৰত ক’ভিডত আক্ৰান্ত হৈছে ১০জন লোক। আনহাতে, শনিবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ১২.৪০%লৈ বৃদ্ধি।
ক'ভিডত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ১,৫৪১জন। ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৬৯%।
Category
- Log in to post comments