ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, তিনিওটা শাখাৰ শীৰ্ষত কোন কোন?

HS Results

আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল।

ছাত্ৰ–ছাত্ৰীসকলে ১৬টাকৈ ৱেবছাইটযোগে লাভ কৰিছে পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা-বিজ্ঞান-বাণিজ্য শাখাৰ প্ৰথম দহত স্থান দখল কৰিলে এইসকল ছাত্ৰ–ছাত্ৰীয়েঃ

কলা শাখা

প্ৰথম স্থান
সাধনা দেৱী (৪৮৭)
কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)

চেৰী গোহাঁই (৪৮৭)
অ’মেনছ কলেজ, তিনিচুকীয়া

দ্বিতীয় স্থান
বিদিশা মিশ্ৰ (৪৮৬)
শংকৰদেৱ একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), নলবাৰী

তৃতীয় স্থান
সুদীপ্ত দেৱনাথ (৪৮৩)
শংকৰদেৱ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, হোজাই

নিলয় কুৰ্মী (৪৮৩)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

চতুৰ্থ স্থান
প্ৰিয়ংকা বৈশ্য (৪৮১)
আছাম ভেলী একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), নলবাৰী

পঞ্চম স্থান
মধুস্মিতা বেজবৰুৱা (৪৮০)
আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা

প্ৰত্যোষ প্ৰতিম বৰুৱা (৪৮০)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

ষষ্ঠ স্থান
দৈৱিক দেৱ (৪৭৮)
ৰামানুজ গুপ্তা ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰ

মহম্মদ ছহিদ আহমেদ খণ্ডকাৰ (৪৭৮)
আব্দুল হাছিব এইচ এছ স্কুল, হোজাই

ৰ’জী ৰৌচন (৪৭৮)
কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)

উপাসনা শইকীয়া (৪৭৮)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

সপ্তম স্থান
বিশাল বিকাশ বৈশ্য (৪৭৭)
আনন্দৰাম বৰুৱা একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), বৰপেটা

অষ্টম স্থান
ৰিয়া শইকীয়া (৪৭৫)
কৃষ্ণ কান্ত সন্দিকৈ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, বৰপেটা

দিক্ষিতা চহৰীয়া (৪৭৫)
পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং

অভিনন্দা হাজৰিকা (৪৭৫)
কটন বিশ্ববিদ্যালয়, কামৰূপ (ম)

নিখিল দাস
কামৰূপা গাৰ্লছ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ (গ্ৰাম্য)

নৱম স্থান
ৰস্না গগৈ (৪৭৪)
ফৰকাটিং ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, গোলাঘাট

দশম স্থান
অনন্যা সূত্ৰধৰ (৪৭৩)
বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও

মেঘনা বৰা (৪৭৩)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

দেৱীস্তুতি হাজৰিকা (৪৭৩)
সালাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ

বাণিজ্য শাখা

প্ৰথম স্থান
সাগৰ আগৰৱাল (৪৮২)
বিবেকানন্দ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰ

দ্বিতীয় স্থান
মানস জ্যোতি বৰঠাকুৰ (৪৭৬)
ক্ৰিচেণ্ট একাডেমী (ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল), যোৰহাট

তৃতীয় স্থান
নিখিল গুপ্তা (৪৭৪)
আৰ ডি ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, তিনিচুকীয়া

চতুৰ্থ স্থান
নেন্সী খেটাৱট (৪৭৩)
পি বি কলেজ, ধুবুৰী

প্ৰিয়াক্ষী ঘোষ (৪৭৩)
পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা

পঞ্চম স্থান
প্ৰথম আগৰৱালা (৪৭২)
শিৱসাগৰ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, শিৱসাগৰ

ষষ্ঠ স্থান
মৃণাল ৰয় (৪৬৮)
পি আৰ গভৰ্ণমেণ্ট এইচ এছ এণ্ড এম পি স্কুল, গোৱালপাৰা

দীপিকা লোঢা (৪৬৮)
কে চি দাস কমাৰ্চ কলেজ, কামৰূপ (ম)

সপ্তম স্থান
বন্দনা বলদেৱা (৪৬৬)
শিৱসাগৰ ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, শিৱসাগৰ

অষ্টম স্থান
ছিমৰন সুৰানা (৪৬৫)
নগাঁও গভৰ্ণমেণ্ট এইচ এছ স্কুল, নগাঁও

নৱম স্থান
চন্দন বৰা (৪৬১)
গীতাঞ্জলি ছেনিয়ৰ ছেকেণ্টেৰী স্কুল, নগাঁও

দশম স্থান
প্ৰিয়াংশু দাস (৪৬০)
সোণাৰি কমাৰ্চ কলেজ, চৰাইদেউ

বিজ্ঞান শাখা

প্ৰথম স্থান
ধৃতিৰাজ বাস্তৱ কলিতা (৪৯১)
দেওমৰনৈ এইচ এছ স্কুল, দৰং

দ্বিতীয় স্থান
অলংকৃতা গৌতম বৰুৱা (৪৮৮)
ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়

তৃতীয় স্থান
সুৰজিৎ সূত্ৰধৰ (৪৮৬)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

চতুৰ্থ স্থান
ঋত্বিক কুমাৰ সুত (৪৮২)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

এলড্ৰিন নাথ (৪৮২)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

পঞ্চম স্থান
আয়মান ছোৱেইব (৪৮১)
ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়

ৰোহন শইকীয়া (৪৮১)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

ষষ্ঠ স্থান
অভিলাষা দত্ত (৪৭৮)
ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়

সপ্তম স্থান
দেবব্ৰত কলিতা (৪৭৭)
দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (গ্ৰাম্য)

বৈভৱ সোণোৱাল (৪৭৭)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

অষ্টম স্থান
গৌৰাংগ ভূঞা (৪৭৬)
প্ৰজ্ঞা একাডেমী, যোৰহাট

নৱম স্থান
সপ্তঋষি কলিতা (৪৭৫)
কৃষ্ণ কান্ত হেণ্ডিক ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, বৰপেটা

দেৱাশিস শৰ্মা (৪৭৫)
কনচেপ্ট ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

বিকিৰণ নাথ (৪৭৫)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

প্ৰীতম সৰকাৰ (৪৭৫)
ৰামানুজন ছেনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও

দশম স্থান
সুপ্ৰজিৎ সাহা (৪৭৪)
ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা

অন্তৰীক্ষ মজুমদাৰ (৪৭৪)
ড০ ৰাধাকৃষ্ণন স্কুল অব আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড়

দেৱজ্ঞান বৰদলৈ (৪৭৪)
প্ৰজ্ঞা একাডেমী, যোৰহাট

কিষাণ হৰলালকা (৪৭৪)
প্ৰজ্ঞা একাডেমী, যোৰহাট

বেদান্ত শৰ্মা (৪৭৪)
কটন বিশ্ববিদ্যালয়, কামৰূপ (ম)

Category
Profile picture for user UB Photos