গুৱাহাটীবাসীলৈ প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা! কামৰূপ মহানগৰ জিলাত মুকলি HELPLINE NO

Guwahari Flood

◾ কামৰূপ মহানগৰ জিলাত ৰেড এলাৰ্ট জাৰি

◾ কামৰূপ মহানগৰ জিলাত HELPLINE NO.মুকলি

◾ 1077 চোলফ্ৰি নম্বৰ মুকলি প্ৰশাসনৰ

◾ ফোন কৰিব পাৰিব 9707727422 নম্বৰত

◾ যোগাযোগ কৰিব পাৰে 8376029948 নম্বৰত

◾ যোগাযোগ কৰক 9508209686 নম্বৰত

◾ 8876086488 নম্বৰতো ফোন কৰিব পাৰে

◾ মহানগৰবাসীক ঘৰতে থকাৰ আহ্বান প্ৰশাসনৰ

◾ বিনা কাৰণত ঘৰৰপৰা উলাই নাহিবলৈ আহ্বান

◾ ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে নিৰ্দেশনা

◾ ভূমিস্খলন প্ৰবন অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ যোৱাৰ আহ্বান

◾ মহানগৰবাসীলৈ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা

Category
Profile picture for user UB Photos