নিৰ্বাচনৰ দিনাই কাৰ্বি পাহাৰত উত্তেজনা, ক্ষোভিত ৰাইজে জ্বলাই দিলে বেলট পেপাৰ

karbi anglong

নিৰ্বাচনৰ দিনটোতেই উত্তপ্ত কাৰ্বিআংলং। কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ মাজতে তীব্ৰ উত্তেজনা। বৈঠালাংছৰ ১ নম্বৰ দুৱাৰআমলা পৰিষদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।

বেলট বাকচৰ ছীল ভঙাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। ক্ষোভিত ৰাইজে জ্বলাই দিলে বেলট পেপাৰ। শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ।

Category
Profile picture for user UB Photos