অমানৱীয়! কন্যাৰ সন্মুখতে গুলীয়াই হত্যা আৰক্ষীক

অমানৱীয়! কন্যাৰ সন্মুখতে গুলীয়াই হত্যা আৰক্ষীক

◾জম্মু-কাশ্মীৰত গুলীচালনা

◾শ্ৰীনগৰৰ চৌৰা অঞ্চলত গুলীয়াই হত্যা আৰক্ষীক

◾গুলীবৰ্ষণত নিহত আৰক্ষী বিষয়া ছাইফুল্লা কাদৰী

◾কন্যাৰ সন্মুখতে গুলীয়াই হত্যা ছাইফুল্লা কাদৰীক

◾ঘটনাত আহত আৰক্ষী বিষয়াগৰাকীৰ ৭বছৰীয়া কন্যা

◾সংকটজনক অৱস্থাত চিকিৎসাধীন কণমানিজনী

Category
Profile picture for user UB Photos