◾প্ৰসংগঃ অভিনেতা জৰ্জবৰদলৈৰ আত্মহত্যা
◾ডনবস্ক’ ইউনিভাৰ্চিটিৰ উপাচাৰ্যক আটক
◾উপাচাৰ্য ফাডাৰ ষ্টীফেন মেভলিক সোধা-পোচা অব্যাহত
◾সোমবাৰে আটক কৰিছিল সোণাপুৰ আৰক্ষীয়ে
◾বৰদলৈৰ আত্মহননৰ পাছতে সোমবাৰে আটকমেভলিক
◾বৰদলৈৰ চুইচাইড নোটত আছিল ষ্টীফেন মেভলিৰ নাম
◾৫০ টকীয়া দলিলত লিখি থৈ গৈছিল মেভলিৰ নাম
◾তেওঁৰ মৃত্যুৰ বাবে মেভলি জগৰীয়া বুলি আছিল উল্লেখ
◾অসমত ধাবা উদ্যোগৰ গুৰি ধৰোতা আছিল বৰদলৈ
◾৮০ দশকত পাতৰকুছিত প্ৰথম ধাবা খুলিছিল বৰদলৈয়ে
◾জৰ্জেছ ৰিট্ৰিটমেণ্ট নামৰ অনুষ্ঠানৰ মুৰব্বী আছিল বৰদলৈ
◾৭০ ঊৰ্ধৰ ব্যক্তিগৰাকীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ
- Log in to post comments