স্বেহনাজ গিলৰ মৰম লাগি গ’ল ছলমান খানলৈ, দেখাৰ লগে লগে কৰিলে চুম্বন! কিন্তু কিয়?

Shehnaaz Gill

স্বেহনাজ গিলৰ মৰম লাগি গ’ল ছলমান খানলে! দেখাৰ লগে লগে কৰিলে চুম্বন। কিন্তু কিয়?

বিগ বছ ১৩ৰ পৰাই শ্বেহনাজ আৰু চলমানৰ মাজত এক সুন্দৰ সম্পৰ্ক আছে। শ্বেহনাজ গিলে শীঘ্ৰেই বলীউডত আত্মপ্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

sehnaaz salman

শেহতীয়াকৈ, অৰ্পিতা আৰু আয়ুষ শৰ্মাই নিজৰ ঘৰত ঈদৰ পাৰ্টি আয়োজন কৰিছিল। য’ত শ্বেহনাজ আৰু ছলমানৰক একেলগে দেখা গৈছিল।

‘পঞ্জাৱৰ কেটৰিনা কাইফ’ হিছাপে বিগ বছ ১৩ত আত্মপ্ৰকাশ কৰা শ্বেহনাজ গিলক এটা ধুনীয়া ক’লা ৰঙৰ পাটিয়ালা চুট পিন্ধি থকা দেখা গৈছিল।

sehnaaz salman

শ্বেহনাজে বলীউডৰ ‘ভাইজান’ক লগ পোৱাৰ লগে লগে, নিজৰ অনুভৱ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু এবাৰ বা দুবাৰ নহয়, বহুবাৰ, তেওঁক ‘যাদুৰ ঝাপ্পী’ দিয়া দেখা যায়।

Category
Profile picture for user UB Photos