মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীকো কেৰেপ নকৰে এইসকল ভূমাফিয়াই!

Land Mafia

◾লাটমণ্ডল নে ভূমাফিয়া!

◾মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীকো কেৰেপ নকৰে একাংশ লাটমণ্ডলে

◾নলবাৰীত লাটমণ্ডলৰ নেতৃত্বত ভূ-মাফিয়াৰ তাণ্ডৱ

◾খিলঞ্জীয়াৰ ভূমি ভুৱা নামজাৰিৰে বহিৰাগতক দিয়াৰ অভিযোগ

◾পশ্চিম নলবাৰীৰ বৰিটাপাত সংঘটিত এই ঘটনা

◾২২ ফেব্ৰুৱাৰীত বেলশৰ থানাত ভুক্তভোগীয়ে দাখিল কৰিছিল এজাহাৰ

◾উদ্ধাৰ ১৪খনকৈ ভুৱাদলিল, ১৯ খন ভুৱা নামজাৰি

◾লাটমণ্ডল জাকিৰ হুছেইনৰ বিৰুদ্ধে গোচৰ

◾দুমাহে পলাতক লাটমণ্ডল সহ ভূ-মাফিয়া

◾ভূ-মাফিয়া হেমন্ত নাথ, মাধৱ নাথ, নাজিব আলীৰ বিৰুদ্ধে অভিযোগ

Category
Profile picture for user UB Photos