গোলকগঞ্জত গুলীচালনা! দুৰ্বৃত্তৰ গুলীত আহত প্ৰাক্তন আলফা সদস্য

firing

◾গোলকগঞ্জত গুলীচালনাৰ ঘটনা

◾দুৰ্বৃত্তৰ গুলীত আহত প্ৰাক্তন আলফা সদস্য

◾আহত প্ৰাক্তন আলফা নেতা সুভাষ বৰ্মন

◾হাতত গুলী লাগি আঘাতপ্ৰাপ্ত সুভাষ বৰ্মন

◾ধনৰ লেনদেনক লৈ গুলীচালনাৰ সন্দেহ

◾আগমনিৰ খেৰবাৰীত এই গুলীচালনাৰ ঘটনা

◾৪জনীয়া দুৰ্বৃত্তৰ দলটোত আছে এগৰাকী প’ৰ্টেল সাংবাদিক

◾গুলীচালনা কৰি দুৰ্বৃত্তই লৈ যায় সুভাষ বৰ্মনৰ বাইক 

Category
Profile picture for user UB Photos