প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান!

Binod Gowala

সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা অগপ চৰকাৰৰ দিনৰ সীমান্ত উন্নয়ন মন্ত্ৰী বিনোদ গোৱালাৰ দেহাৱসান।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

১৯৮৫, ১৯৯১,১৯৯৬ আৰু ২০০৬ চনত সৰুপথাৰ সমষ্টিৰ অগপ বিধায়ক আছিল বিনোদ গোৱালা।

তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত মন্ত্ৰীসভাৰ সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বিনোদ গোৱালা।

Category
Profile picture for user UB Photos