
প্ৰাপ্তবয়স্ক লোকক প্ৰদান কৰা হ’ব ক’ভিড ১৯ৰ বুষ্টাৰ ড’জ। শুকুৰবাৰে, স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে ১৮ বছৰৰ উৰ্দ্ধৰ সকলো লোককে বুষ্টাৰ ড’জ দিয়াৰ কথা।
ক’ভিড ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ ৯ মাহ সম্পূৰ্ণ হোৱাৰ পিছত ব্যক্তিসকলে তৃতীয় পালি প্ৰতিষেধক ল’ব পাৰিব। ব্যক্তিগত ভেকচিন প্ৰদান কেন্দ্ৰত ১০ এপ্ৰিল, দেওবাৰৰ পৰা দিয়া হ’ব এই বুষ্টাৰ ড’জ।
Category
- Log in to post comments