
◾আজিৰে পৰা ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন
◾পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব বাজেট অধিৱেশন
◾ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন
◾১৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট
◾এইবাৰৰ বাজেট অধিৱেশনত উত্থাপন হ’ব ৭খন বিধেয়ক
◾১ এপ্ৰিললৈ চলিব বাজেট অধিৱেশন
◾প্ৰত্যাশাপূৰ্ণ বাজেটক লৈ অপেক্ষা সাধাৰণ ৰাইজৰ
◾শাসকক ঘেৰিবলৈ সাজু বিৰোধী
◾সৰৱ বিৰোধীক প্ৰত্যুত্তৰ দিবলৈ সাজু শাসকীয় পক্ষ
Category
- Log in to post comments