মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড!

fancy bazar fire

 

◼️ মহানগৰীৰ ফাচীবজাৰত অগ্নিকাণ্ড।

◼️ ফাচীবজাৰৰ আক্ৰাম বিজনেজ নামৰ বিল্ডিঙৰ ভিতৰত হঠাৎ সংঘটিত হয় এই  অগ্নিকাণ্ড।

◼️ শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত।

◼️ অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ।

◼️ অৱশ্যে অগ্নিকাণ্ডত ক্ষয়-ক্ষতি নহয় কোনো সা-সামগ্ৰীৰ।

◼️ ঘটনাস্থলীত উপস্থিত হৈ জৰুৰী সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল

◼️ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই নিৰ্বাপন হ'ল জুই।

◼️ স্থানীয় লোকৰ প্ৰচেষ্টাতেই নিৰ্বাপিত হয় জুই।

Category
Profile picture for user UB Photos