ত্ৰিকোণীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি; ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিকক হত্যা

Love Tringle

লাহৰীঘাটত ত্ৰিকোণীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ  প্ৰেমিকক  হত্যা। 

উল্লেখ্য যে, হত্যাৰ বলি হোৱা প্ৰেমিক যুৱকজন দেৱাগুৰীৰ ফাইজুৰ ৰহমান। 

হত্যাকাৰী প্ৰেমিকা লাহৰিপামৰ ৰাজানা আহমেদৰ স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহ বিচাৰি SDRFৰ অভিযান ইতিমধ্য়ে আৰম্ভ হৈছে।

আনহাতে হত্যাকাৰী ন-প্ৰেমিক গৰৈমাৰীৰ আনিছুৰ ৰহমান বৰ্তমান পলাতক। 

হত্যাকাৰী প্ৰেমিক যুগলে পাতিদৈয়া দলঙৰ পৰা পানীত পেলাই দিছিল ফাইজুৰৰ মৃতদেহ।

মৃতদেহ বিচাৰি লাহৰীঘাটৰ জেজিকেপি পথৰ দুখুটি মুখ দলঙৰ তলত SDRF আৰু আৰক্ষীৰ অভিযান আৰম্ভ।

Category
Profile picture for user UB Photos