ইউক্ৰেইনৰ পৰা আহিল ভাৰতৰ বাবে প্ৰথমটো বেয়া খবৰ! মৃত্যু হ'ল প্ৰথমজন ভাৰতীয় ছাত্ৰৰ

Ukraine War

◼️ ইউক্ৰেইনত মৃত্যু প্ৰথমজন ভাৰতীয়ৰ

◼️ খাৰকিভত মৃত্যু ভাৰতীয় ছাত্ৰৰ

◼️ ৰাছিয়াৰ গোলাবৰ্ষণত মৃত্যু ছাত্ৰজনৰ

◼️ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে টুইটযোগে প্ৰকাশ

◼️ ছাত্ৰজনৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে বৈদেশিক মন্ত্ৰালয়

 

Category
Profile picture for user UB Photos