◾ইউক্ৰেইনত ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত
◾আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন
◾ৰাছিয়াৰ আক্ৰমণত নিহত শতাধিক অসামৰিক লোক
◾ইউক্ৰেইনৰওপৰত স্থল, বায়ু আৰু নৌ সেনাৰে আক্ৰমণ
◾ইউক্ৰেইনৰ ৰাজধানী কিৱত ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ
◾ইউক্ৰেইনৰ ১১টাকৈ বিমান ঘাটি ধ্বংস ৰাছিয়াৰ গোলাবৰ্ষণত
◾ৰাছিয়াৰ দখলত ইউক্ৰেইনৰ পৰমাণু কেন্দ্ৰ
◾ছাৰ্ণবাইল পৰমাণু কেন্দ্ৰ ৰাছিয়াৰ দখলত
◾ইউক্ৰেইনৰ ৭৪টা সামৰিক ঘাটিত আঘাত ৰাছিয়াৰ
◾পুটিনৰ সৈতে আলোচনা সমাপ্ত প্ৰধানমন্ত্ৰী মোদীৰ
◾প্ৰায় ২৫ মিনিট ধৰি দুয়োৰে মাজত চলে কথোপকথন
◾আলোচনাৰ মাজেৰে সংঘাত নিৰাময়ৰ আহ্বান পুটিনক
◾ভাৰতীয় লোকৰ সুৰক্ষা নিশ্চিতকৰাৰোআহ্বানপ্ৰধানমন্ত্ৰীৰ
◾দ্বিতীয় দিনাও ৰাছিয়া অধিক আক্ৰমণাত্মক
◾শুকুৰবাৰে পুৱা ইউক্ৰেইনৰ ৰাজধানীত কিৱত বিস্ফোৰণ
◾যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰম্ভ খাদ্যৰ নাটনি
◾ৰাছিয়াৰ আগ্ৰাসনৰ কথা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে
◾ৰাষ্ট্ৰপতি জেলেনস্কিৰ আশংকা ৪ দিনত ৰাছিয়াই কব্জা কৰিব ৰাজধানী
◾বিশ্বই ইউক্ৰেইনক অকলশৰীয়া কৰা বুলি মন্তব্য ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ
- Log in to post comments