জামিন পালে সচিবালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা সীমা দেৱীয়ে…

Bail Granted

সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱীৰ জামিন মঞ্জুৰ। বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। পিয়ন ৰবীন সিং থাপাকো জামিন প্ৰদান।

২৫ হাজাৰ টকাকৈ দুজন জামিনদাৰৰ বিপৰীতে জামিন মঞ্জুৰ। ৪ হাজাৰ টকাৰ উৎকোচ লৈ ৪ জানুৱাৰীত হাতে-লোটে ধৰা পৰিছিল সীমা দেৱী। দুৰ্নীতি নিবাৰক শাখাই সীমা দেৱীৰ লগতে গ্ৰেপ্তাৰ কৰিছিল ৰবীন সিং থাপাক।

Category
Profile picture for user UB Photos