
কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ দেহাৱসান। মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ২৮ দিনৰ চিকিৎসাৰ অন্তত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। লতা মাংগেশকাৰৰ মৃত্যুৰ পাছত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় শোক। দুদিনৰ বাবে দেশবাসীয়ে পালন কৰিব লাগিব ৰাষ্ট্ৰীয় শোক। ৰাষ্ট্ৰীয় শোকৰ সময়ত অৱনমিত হ'ব ৰাষ্ট্ৰীয় পতাকা।
Category
- Log in to post comments